Ep-550- এটা শব্দত প্ৰকাশ কৰা (অসমীয়া ব্যাকৰণ)
M4A•בית הפרקים
Manage episode 415280342 series 3268531
תוכן מסופק על ידי Kiran Chandra Nath. כל תוכן הפודקאסטים כולל פרקים, גרפיקה ותיאורי פודקאסטים מועלים ומסופקים ישירות על ידי Kiran Chandra Nath או שותף פלטפורמת הפודקאסט שלהם. אם אתה מאמין שמישהו משתמש ביצירה שלך המוגנת בזכויות יוצרים ללא רשותך, אתה יכול לעקוב אחר התהליך המתואר כאן https://he.player.fm/legal.
Ep-550- এটা শব্দত প্ৰকাশ কৰা (অসমীয়া ব্যাকৰণ) অসমী ব্যাকৰণ। এটা শব্দত প্ৰকাশ কৰা। অসমীয়া ৰচনা কিতাপৰ পৰা সংগ্ৰহ কৰা হৈছে। ছাত্ৰ-ছাত্ৰীৰ সহায় হোৱা আৰু চহকী অসমী ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে এই বিষয় ব্যাকৰণ দিয়া হৈছে । #### যি আনৰ ভাল দেখিব নোৱাৰা __পৰশ্ৰীকাতৰ , চকুচৰহা । যি আনৰ অধীন _ পৰাধীন যি আনৰ অধীন নহয় _ স্বাধীন। যি আনৰ বস্তু বলেৰে কাঢ়ি নিয়ে _ডকাইত । যি লোকে বিশ্বাস ৰাখিব নোৱাৰে_অবিশ্বাসী । যি মাটিৰ উৎপাদিকা শক্তি নাই__ অনূবৰ। যি মাটিৰ সাৰ নাই_ অসাৰুৱা । ঘাঁহৰে ভৰা ঠাই ঘাঁহনি । যি কথাৰ অৰ্থ নাই _ নিৰ্থক, অৰ্থহীন, অৰ্থশূণ্য। খাবলৈ অনা কলপুলি _পচলা । কলেৰে ভৰা ঠাই _ সলনি । কাণেৰে নুশুনা যি মানুহ_ কলা যি কাপোৰ বব জানে _ শিপিনী । গৰু বন্ধা ঠাই_ গোহালী । ম'হ বন্ধা ঠাই _খুটি । যি মাগি খায়-- মগনীয়াৰ । যি খুজি খায় খোজনীয়াৰ । যি দীৰ্ঘকাল জীয়াই থাকে__দীৰ্ঘজীৱী । গোটেই জীৱন জুৰি _আজীৱন । যি নিজৰ ওপৰত নিৰ্ভৰ কৰি চলে_ আত্মনিৰ্ভৰশীল , স্বাৱলম্বী। যি নিজৰ ওপৰত নিৰ্ভৰ কৰি নচলে _পৰনিৰ্ভৰশীল । যি বস্তু দিব পৰা নাযায় _অদেয় । যি কথা জনা নাজায়_অজ্ঞাত , অজানিত । যাক সহজতে লাভ কৰা যায় _ সুলভ,অনায়াসলভ্য, সহজলভ্য
…
continue reading
349 פרקים